১ টা কাম কৰোঁ
২ মিনিটমান কথা পাতো
৩ মিনিটৰ সময় উলিয়াই
হাতত হাত ধৰি ৪ খোজ আগবাঢ়ো।
৫ ম দিনা আহিবা
৬ নং বাটেৰে,
তাতেই আমি ৭ জনমৰ শপত ল'ম।
৮ বছৰ পাছত ৰাতি ৯ বজাত তুমি
মোক ভাত খাবলৈ মাতিবা,
আৰু মই হাঁহি মাৰি ক'ম
এতিয়াই নাখাও দিয়া
তাতকৈ ১ টা কাম কৰোঁ
২ মিনিটমান কথা পাতো।
#translation #amandeep_khayal
Comments