শিলাময় হৃদয়ৰ দাগ (কবিতা) on September 14, 2020 Get link Facebook X Pinterest Email Other Apps ✍️ অভিজিত বৰাশিলত আমি নিলিখোঁ শিলত লিখাটো বৰ কঠিন কিন্তু লিখিলে মোহাৰিবলৈও কঠিন।তুমি ঠিকেই কৈছামই বৰ নিষ্ঠুৰশিলৰ দৰেই কঠিন মোৰ হৃদয়।সেই শিলাময় হৃদয়ত লিখি দিলো তোমাৰেই নামমোহাৰিবলৈ সঁচাকৈয়ে বৰ কঠিন । Comments
Comments